Showing posts with label modern song. Show all posts
Showing posts with label modern song. Show all posts

Tuesday, October 21, 2014

'শিলে শিলে'- গীত

ভালুকপুং গৈছিলো আজি, প্রকৃতিৰ মাজত অলপ সময় কটাবলৈ, গীত গাবলৈ।১২ বছৰ পুৰণি মোৰ গীত এটি সাধাৰণভাবে ৰেকৰ্ড কৰি পেলালো। কৰ্ডৰ অলপ খেলি মেলি হৈছে যদিও শুনিব পৰা হোৱা বুলি ভাৱ হোৱাত গীতটি  ৰাইজলৈ আগবঢ়ালো, এক সুদীৰ্ঘ বিৰতিৰ অন্তত। ভাল পালে সুখী হ'ম..... 

(C) ractim goswami