Friday, June 7, 2013

ই- পৃথিৱীখনৰ স্থায়িত্বৰ আপেক্ষিকতা

ই- পৃথিৱীখনে লাহে লাহে হ'লেও আমাক কিতাপৰ পৃথিৱীখনৰ পৰা আঁতৰাই নি আছে....'Reality' ক 'Virtuality'-য়ে গ্রাস কৰিলে অদূৰ ভবিষ্যতে এক ভয়ানক বিপদ আসন্ন.....অলপ সজাগভাবে ই- পৃথিৱীখনক উপভোগ কৰা প্রয়োজনীয় কিয়নো ই- পৃথিৱীখনৰ স্থায়িত্বৰ আপেক্ষিকতাক আমি এতিয়াওঁ সচেতনতাৰে চালি-জাঁৰি চোৱা নাই। ই-সাহিত্য বা আন আন বিষয়ত জড়িত সকলোবোৰে ভবিষ্যতৰ তাগিদাত এইটোও সমানে মন কৰিব লাগিব যাতে ই- পৃথিৱীৰ ধুমুহাত যেন আমাৰ স্থায়ী (কিতাপ) সাহিত্যসমূহ একোডাল উভালি নপৰা বৎগছ হৈ থিয় দি থাকে। এটা কথা প্রসংগক্রমে উনুকীয়াই থওঁ যে আমাৰ জাতীয় পিতাৰ সামগ্রীৰ পৰা তেজলৈকে নিলাম হয় বিদেশত বিদেশীৰদ্বাৰা। আজিৰ পৃথিৱীখনতো বহু আগবাঢ়িল...........