মনৰ কথা


লেখা মেলা এটা দশকৰ বিৰতিৰ পিছত পুণৰ আৰম্ভ কৰিলো। নিজৰ বিশৃংখলতাৰ বাবে আগতে লিখা প্রায় সকলো গদ্য-পদ্য হেৰুৱালো। এইবেলি একেটা ভুল নকৰো। অলপ শৃংখলা আনিব বিছাৰিছো। ই-জগতত আজিৰ দিনত অসমীয়া ভাষাটোৱে দপদপাই থকাৰ অন্যতম কাৰণ ফেচবুকৰ গোট "অসমীয়া কথা বতৰা"ত দিয়া আৰু আমাৰ আপোন ই-আলোচনী সাহিত্য.অৰ্গত নিৰ্বাচিত লেখা সমুহেৰে এই ব্লগটো আৰম্ভ কৰিলো। মোৰ কবিতা, আত্মকথোপকথন, গীতসমূহ আৰু কিছু প্রবন্ধই ব্লগটোৰ মূল বিষয় বস্তু হ'ব। নিজৰ পচন্দৰ আন বহূ বস্তুও হয়তো ইয়াত সন্নিবিষ্ট কৰিম। পৰিবতৰ্ন প্রগতিৰ বাবে অনিৰ্বায্য- এই নিয়ম মানিম ইয়াতো.....


পৰামৰ্শ-মতামতবোৰেদি মনটো তিয়াবলৈ ৰ'খি আছো...



-ৰক্তিম-

বেংগেল'ৰ
০৪ জুন/১২ 

2 comments:

  1. আপোনাৰ ব্লগটো "ইন্দিব্লগাৰ নেটৱর্ক"ত বিচাৰি পাই ভাল লাগিল ।

    ধন্যবাদ ।

    ReplyDelete
  2. ধন্যবাদ বৃটুল। :)

    ReplyDelete