Thursday, February 21, 2013

অস্বস্তিকৰ অনুভৱ

News Liveৰ অনুস্থান এটা এইমাত্র চাই উঠিলো। অনুস্থান পৰিচালনা কৰা ব্যক্তিজনৰ ৰাজহুৱা মঞ্চত থাকিবলগীয়া ন্যনুতম সৌজন্যতাবোধ থকাৰ প্রয়োজন। কথা পতা বা প্রশ্ন সোধাৰ ধৰণ, শাৰীৰিক ভাৱ-ভংগীমা আৰু অনুস্থান পৰিচালনা কৰাৰ শৈলী দেখি তবধ মানিলো। ...সাংবিদকসকলৰ নিজস্বতা থকাৰ লগতে এটা পক্ষপাতিত্বহীন স্থিতি থকাটো নিত্যান্তই প্রয়োজনীয়। News Live-ৰ অনুস্থানটিত ভাগ লবলৈ অহা ব্যক্তিসকলক ধমক দিয়া আৰু মানসিক হেঁচা প্রয়োগ কৰা ধৰণ দেখি এনে লাগিল যেন ভাগ লবলৈ অহা ব্যক্তিসকল যেন পুলিচ ল'কআপতহে আছে আৰু অনুস্থান পৰিচালনা কৰা ব্যক্তিজন যেন ক্রাইম ব্রাঞ্চৰ ইনটেৰ'গেচন অফিচাৰ। :)

https://www.facebook.com/ractim.goswami.3/posts/272108679586853?notif_t=like

No comments:

Post a Comment