Wednesday, March 27, 2013

অসমীয়াৰ সুখ-দুখৰ নতুন পৰিকল্পনা 'ৰেডিঅ' সুখ-দুখ'

বন্ধু লালে (Ajoy Lal Dutta) একক প্রচেষ্টা চলাই অহা 'অসমীয়াৰ সুখ-দুখ' নামৰ অসমীয়া ইন্টাৰনেট দৈনিক বাতৰি কাকতখনৰ বাবে 'ৰেডিঅ' সুখ-দুখ' নামেৰে  এক নতুন পৰিকল্পনা হাতত লয় আৰু মোৰ অপৈণত হাতত  'ৰেডিঅ' সুখ-দুখ' কাৰ্য্যবাহী সম্পাদকৰ দায়িত্ব অৰ্পন কৰে। লালৰ সপোন আৰু পৰিকল্পনাবোৰ সফল হওঁক।

No comments:

Post a Comment