Friday, December 9, 2016

এটা সৰু লেখা

আজিৰ নিয়মীয়া বাৰ্তাত প্রকাশ পোৱা এজন সাধাৰণ মানুহৰ এটা সৰু লেখায়ে বহু কথা কৈ গ'ল। সৰু লেখাটোৰ মাজৰ ডাঙৰ কথাখিনি আমি সকলোৱে এবাৰ বুজি চাবলৈ চেষ্টা কৰিব পাৰো নেকি?

No comments:

Post a Comment