Friday, December 23, 2016

আজি গুড নাইট ন'হল মোৰ।


মই G3ৰ ভিডিঅ এটা একান্ত মনে চাই আছো। তেনেতে ভাত খাই উঠিয়েই 'ডাঙৰ' মানে 'জেং বস্তু' দৌৰি আহি মোক ক'লে 'চাওঁ দেতিকা জল্দি কাণখন দিয়াচোন। মনে মনে ডাঙৰ কথা এটা ক'ম।' ময়ো কি কথা বুলি কাণখন আগ্রহেৰে আগুৱাই দিলো । তাই যিমান পাৰে মুখখন কাণৰ ভিতৰলৈ নি 'বোমা বিস্ফোৰণ' সদৃশ উগাৰ এটা মাৰি মই কিবা কোৱাৰ আগতেই Tom য়ে খেদা Jerryটো পলোৱাদি পলাল...কচমচে হিলি গ'লো মই...

No comments:

Post a Comment