Friday, December 23, 2016

'ছাকিৰা আহিব বকুলতলৰ বিহুলৈ' , প্রণব মজুমদাৰ ছাৰ





'ছাকিৰা আহিব বকুলতলৰ বিহুলৈ' - ছবি নিৰ্মাণৰ সম্পূৰ্ণ এটা নতুুন approach লৈ এইখন ছবি ৰাইজৰ মাাজলৈ উলিয়াই আনিব ভাতৃৃ Himangshuয়ে। প্রচলিত ছবিবোৰত থকাৰ দৰে এইখন ছবিত কোনো 'ষ্টাৰ নাই', নাই কোনো প্রযোজক। 'ৰাইজে নখ জোকাৰিছে আৰু সেয়ে ছাকিৰা বকুলতলৰ বিহুলৈ আহিব। ছবিখনৰ বিষয়ে কিছু কথা হিমাংশুৰ মুখেৰে জানি ভাল লাগিল। উৎসাহি ল'ৰা, অভিনয়ৰ বলিয়া বুুলি কটনৰ দিনতে জানো। চলচিত্র নিৰ্মাণৰ প্রচলিত ধাৰাৰ বীপৰিতে নতুন কিবা এটা কৰিবলৈ নিজকে সমৰ্পণ কৰিছে, যথেষ্ট কষ্ট কৰিছে। ছবিখনে ৰাাইজৰ মন জয় কৰিবলৈ সফল হওঁক... হিমাংশু আগবাঢ়া। হিমাংশু আৰু এটা কাৰণত মোৰ ধন্যবাদৰ পাত্র। তেওঁৰ বাবে মই যোৱাকালি মোৰ শিক্ষাগুৰু শ্রদ্ধেয় প্রণব মজুমদাৰ ছাৰক প্রায় ২০ বছৰ মানৰ মুৰত লগ পালো।

No comments:

Post a Comment