মূল পৃষ্ঠা সমূহ
মূলপৃষ্ঠা
মনৰ কথা
যাযাবৰৰ দিনলিপি
প্রাসংগিক
কথা
কবিতা
গীত-মাত
নানা দেশ নানা গীত
বিশ্ব ইতিহাসৰ চুকে-কোণে
নষ্টালজিয়া
ছবি
Tuesday, June 5, 2012
আকস্মিক(কবিতা)
দাউদাউকৈ জ্বলি উঠা
বুকুৰ জুইকুৰাৰ লগত
হেপাহৰ চেঁচা বতাহজাক মিলি
এটা নিমখীয়া স্বাদ নমাই আনিছে
মোৰ দুচকুলৈ।
টোপাটোপে সৰা কলিজাৰ
তেজবোৰ চোন
এটা নিয়ৰকণা হৈ
গোট মাৰিছিল...
যোৱা নিশা
হালধীয়া দুহাতত মোৰ বন গজিছে...
-ৰক্তিম-
বেংগেল'ৰ
জু'ন১/১২
https://www.facebook.com/groups/axomiyakothabotora/392347127484456/
চত্র উৎস:
http://alivetoknow.deviantart.com/art/Abstract-Organic-Hand-Sketch-271675345?offset=10
Share
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment